Skip to content

Skip to table of contents

ফেব্ৰুৱাৰী ১৭-২৩

হিতোপদেশ ১

ফেব্ৰুৱাৰী ১৭-২৩

গীত নং ৮৮ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

চলোমনে মৰমেৰে নিজৰ লʼৰাক শিকাই আছে আৰু তেওঁ মনোযোগেৰে শুনি আছে

১. ডেকাসকল—আপোনালোকে কাৰ কথা শুনিব?

(১০ মি.)

[হিতোপদেশ কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

নিজৰ পিতৃ-মাতৃৰ কথা শুনক আৰু এইদৰে বুদ্ধিমতাৰে কাম কৰক (হিতো ১:৮; w১৭.১১-HI ২৯ ¶১৬-১৭; বেটুপাতত ছবিখন চাওক)

বেয়া কাম কৰা লোকসকলৰ কথা নুশুনিব (হিতো ১:১০, ১৫; w০৫ ৩/১ ১৫ ¶১১-১২)

২ আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ১:২২—কিছুমান লোকে কিয় ‘নিৰ্বোধ’ হৈ থাকে? (w২২.১০ ১৯-২০ ¶৭)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ১:১-২৩ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(২ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। গৃহস্থই আপোনাৰ লগত তৰ্ক কৰিব বিচাৰিছে। (লোকসকলক প্ৰেম কৰক পাঠ ৬ ভাগ ৫)

৫. কথা-বতৰা আৰম্ভ কৰক

(২ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। যদি ব্যক্তিজন আগ্ৰহী হয়, তেনেহʼলে আপুনি তেওঁৰ ফোন নম্বৰ বিচাৰক। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৫)

৬. পুনৰ লগ কৰক

(২ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। আমি লোকসকলৰ লগত বাইবেল অধ্যয়ন কৰোঁ বুলি কওক। তাৰ পাছত তেওঁক বাইবেল অধ্যয়নৰ যোগাযোগ কাৰ্ড দিয়ক। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৫)

৭. বাইবেল অধ্যয়ন কৰক

(৫ মি.) এক অনন্ত জীৱন পাঠ ১৬. এজন বিদ্যাৰ্থীক “বেছিকৈ জানক” ভাগৰ পৰা কোনো এটা লেখ দেখুৱাওক যাক এয়া বিশ্বাস কৰিবলৈ কঠিন লাগে যে যীচুৱে সঁচাকৈ চমৎকাৰ কৰিছিল। (শিক্ষা অধ্যায় ৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৮৯

৮. মণ্ডলীৰ প্ৰয়োজনীয়তা

(১৫ মি.)

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৮০ আৰু প্ৰাৰ্থনা