ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে আমাৰে ক্ষতি হয়
মীখাই নিজৰ মাকৰ পইচা চুৰ কৰিছিল (বিচা ১৭:১, ২)
মীখাই মূৰ্তিপূজা কৰিছিল আৰু যিহোৱাই উপাসনাৰ বাবে কৰা ব্যৱস্থাবোৰ তেওঁ পালন কৰা নাছিল (বিচা ১৭:৪, ৫, ১২; it-২-E ৩৯০-৩৯১)
অৱশেষত মীখাই সকলো হেৰুৱালে (বিচা ১৮:২৪-২৬; it-২-E ৩৯১ ¶২)
নিজকে সোধক, ‘মই যিহোৱাৰ আজ্ঞা পালন কৰাৰ বাবে কেনেকৈ লাভৱান হৈছোঁ?’