Skip to content

Skip to table of contents

জানুৱাৰী ১৭-২৩

বিচাৰকৰ্ত্তাবিলাক ২০-২১

জানুৱাৰী ১৭-২৩
  • গীত ৪৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • যিহোৱাৰপৰা পৰামৰ্শ লৈ থাকক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • বিচা ২০:১৬—প্ৰাচীন সময়ত ফিঙ্গা বা কেটেপা যুদ্ধত কেনেকৈ ব্যৱহাৰ কৰা হৈছিল? (w১৪-E ৫/১ ১১ ¶৪-৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) বিচা ২০:১-১৩ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৫

  • সৃষ্টিয়ে যিহোৱাৰ বুদ্ধিৰ ওপৰত আমাৰ ভৰসা বঢ়ায়”: (১৫ মি.) আলোচনা। ইয়াক সৃষ্টি কৰা হৈছিল নেকি? পৰুৱাই ইটোৱে-সিটোক কিয় খুন্দা নামাৰে? আৰু ইয়াক সৃষ্টি কৰা হৈছিল নেকি? ভোমোৰাই বেগেৰে বলা বতাহতো উৰিব পাৰে নামৰ ভিডিঅʼখন দেখুৱাওক। সকলোকে নিজৰ পাৰিবাৰিক উপাসনাত “ইয়াক সৃষ্টি কৰা হৈছিল নেকি?” ধাৰাবাহিকবোৰ আলোচনা কৰিবলৈ উৎসাহিত কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৪৮

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১১৩ আৰু প্ৰাৰ্থনা