Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

প্ৰকৃত প্ৰেম কৰি থাকক

প্ৰকৃত প্ৰেম কৰি থাকক

[ৰূথ কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

নয়মীয়ে ৰূথ আৰু অৰ্পাক মোৱাব দেশলৈ উভতি যাবলৈ কৈছিল (ৰূথ ১:৮-১৩; w১৬.০২-HI ১৪ ¶৫)

ৰূথে নয়মী আৰু যিহোৱাক নেৰিম বুলি কʼলে (ৰূথ ১:১৬, ১৭; w১৬.০২-HI ১৪ ¶৬)

যদি এজন ব্যক্তিয়ে কাৰোবাক প্ৰেম কৰে আৰু তেওঁৰ প্ৰতি বিশ্বাসী হৈ থাকে, তাকে প্ৰকৃত প্ৰেম বুলি কোৱা হয়। যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলক প্ৰকৃত প্ৰেম কৰে। (গীত ৬৩:৩) আমিও এজনে-আনজনক প্ৰকৃত প্ৰেম কৰা উচিত।—হিতো ২১:২১.