Skip to content

Skip to table of contents

জানুৱাৰী ৩-৯

বিচাৰকৰ্ত্তাবিলাক ১৫-১৬

জানুৱাৰী ৩-৯
  • গীত ১২৪ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • বিশ্বাসঘাতকতা—কিমান ঘৃণনীয়! (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • বিচা ১৬:১-৩—চিমচোনে বেশ্যা তিৰোতাৰ ওচৰলৈ কিয় গৈছিল? (w০৫-HI ৩/১৫ ২৭ ¶৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) বিচা ১৬:১৮-৩১ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৩১

  • বাইবেলে আমাৰ বিবাহক ৰক্ষা কৰিলে: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: নিজৰ বিবাহ ৰক্ষা কৰিবলৈ দুহাল দম্পতীক বাইবেলৰ কি কি সিদ্ধান্তই সহায় কৰিলে? তেওঁলোকে পুনৰ উৎসাহেৰে যিহোৱাৰ সেৱা কৰাৰ বাবে কেনেকৈ লাভৱান হʼল? বিবাহিত জীৱনত সমস্যা আহিলে পতি-পত্নীয়ে কিয় হাৰ মানি লোৱা উচিত নহয়? পতি-পত্নীয়ে কাৰপৰা সহায় লʼব পাৰে?—যাকো ৫:১৪, ১৫.

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৪৫, ৪৬

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১২৬ আৰু প্ৰাৰ্থনা