ফেব্ৰুৱাৰী ২১-২৭
১ চমূৱেল ৬-৮
গীত ৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“আপোনাৰ ৰজা কোন?”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
১চমূ ৭:৩—এই পদৰপৰা আমি অনুতাপ কৰা আৰু মন-পালটন কৰাৰ বিষয়ে কি শিকিব পাৰোঁ? (w০২ ৪/১ ১২ ¶১৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ১চমূ ৭:১-১৪ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থই আগ্ৰহী হোৱা বিষয়ৰ কোনো এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ১২)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থক আমাৰ সভাৰ বাবে নিমন্ত্ৰণ জনাওক। (শিক্ষা অধ্যায় ১৮)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০৩, আমি কি শিকিলোঁ, আপুনি কেনেকৈ উত্তৰ দিব আৰু লক্ষ্য (শিক্ষা অধ্যায় ২০)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১০ মি.)
আপুনি মাৰ্চ বা এপ্ৰিল মাহত সহকাৰী অগ্ৰগামী সেৱা কৰিবনে?: (৫ মি.) জানুৱাৰী-ফেব্ৰুৱাৰী ২০২১ চনৰ সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ ১৬ পৃষ্ঠাত দিয়া লেখৰ ওপৰত আলোচনা।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৫৩, ৫৪
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৩৩ আৰু প্ৰাৰ্থনা