Skip to content

Skip to table of contents

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

আলোচনাৰ বাবে আৰ্হি

আলোচনাৰ বাবে আৰ্হি

প্ৰথম সাক্ষাৎ *

প্ৰশ্ন: আপোনাৰ দৈনিক জীৱনলৈ অহা চিন্তাবোৰ কেনেকৈ সন্মুখীন হয়?

পদ: গীত ১৪৫:১৮, ১৯

পৰৱৰ্তী সাক্ষাতৰ বাবে: কিছুমানে ভাৱে যে প্ৰাৰ্থনাই সহায় কৰে। প্ৰাৰ্থনাই আপোনাকো সহায় কৰিছেনে?

শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক:

পুনৰ সাক্ষাৎ *

প্ৰশ্ন: কিছুমানে ভাৱে যে প্ৰাৰ্থনাই সহায় কৰে। প্ৰাৰ্থনাই আপোনাকো সহায় কৰিছেনে?

পদ: যিচ ৪৮:১৭, ১৮

পৰৱৰ্তী সাক্ষাতৰ বাবে: জীৱনত আনন্দিত থাকিবলৈ প্ৰাৰ্থনাৰ উপৰিও আমাক নিৰ্দেশনা আৰু জ্ঞানৰ প্ৰয়োজন। আমি জ্ঞান ক’ত পাব পাৰোঁ?

শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক:

^ অনু. 3 ^ অনু. 9 আপোনাৰ এলেকাৰ পৰিস্থিতিৰ অনুসৰি প্ৰশ্ন আৰু পৰৱৰ্তী সাক্ষাতৰ বাবে প্ৰশ্নটো সলনি কৰিব পাৰে।