আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা জানুৱাৰী 2016
প্ৰদৰ্শনৰ বাবে আৰ্হি
মৃত লোকসকল পুনৰ জীৱিত হ’বনে ট্ৰেক্ট আৰু ঈশ্বৰৰপৰা এটা ভাল খবৰ! ব্ৰচাৰখন প্ৰস্তুত কৰাৰ পৰিকল্পনা। উদাহৰণ চাই নিজৰ প্ৰদৰ্শন তৈয়াৰ কৰক।
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
সত্য উপাসনাৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন
হিষ্কিয়াই সত্য উপাসনা পুনৰস্থাপন কৰিবলৈ লোৱা দৃঢ়সংকল্পৰ বিষয়ে কল্পনা কৰক। ২ বংশাৱলি ২৯-৩০ বৰ্ণনা কৰা বিষয়বোৰ বুজিবলৈ আপুনি চিত্ৰ, মানচিত্ৰ আৰু ঘটনাবোৰৰ সময়সূচী ব্যৱহাৰ কৰক।
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
ভাল খবৰ ব্ৰচাৰখন ব্যৱহাৰ কৰি কেনেকৈ বাইবেল অধ্যয়ন কৰিব
ঈশ্বৰৰপৰা ভাল খবৰ! ব্ৰচাৰখন ব্যৱহাৰ কৰি প্ৰভাৱকাৰী বাইবেল অধ্যয়ন কৰিবলৈ পঁচটা সহজ উপায়।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
সত্য উপাসনাৰ বাবে স্থান নিৰ্মাণ আৰু তদাৰক কৰা আমাৰ দায়িত্ব
উপাসনা কৰা স্থানত পবিত্ৰ সেৱাৰ বাবে আমি কেনেকৈ উৎসাহ আৰু প্ৰেম দেখুৱাব পাৰোঁ?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
হৃদয়েৰে অনুতাপ কৰা লোকসকল যিহোৱাৰ দৃষ্টিত বহুমূলীয়া
ৰজা মনচিয়ে হৃদয়ৰপৰা অনুতাপ কৰাৰ বাবে যিহোৱা ঈশ্বৰে ভাল পাইছিল। বন্দী হোৱাৰ আগত আৰু বাবিলৰপৰা মুক্ত হোৱাৰ পাছত তেওঁৰ শাসনৰ বিষয়ে তুলনা কৰক। (২ বংশাৱলি ৩৩-৩৬)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যিহোৱাই নিজৰ প্ৰতিজ্ঞাবোৰ পূৰ কৰে
ইজ্ৰা ১-৫ বৰ্ণনা কৰা ঘটনাবোৰৰ সময়সূচী। বহুতো বাধাৰ সত্ত্বেও, যিহুদীসকলে বাবিলৰপৰা উভতি আহিল, সত্য উপাসনা পুনৰস্থাপন কৰিছিল আৰু মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল।
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
স্ব-ইচ্ছাৰে সেৱা কৰা লোকক যিহোৱাই বিচাৰে
ইজ্ৰা আৰু তেওঁৰ লগত যিৰূচালেমলৈ যাত্ৰা কৰা লোকসকলক গভীৰ বিশ্বাস, সত্য উপাসনাৰ বাবে ভক্তি আৰু সাহসৰ প্ৰয়োজন আছিল। ছবি আৰু মানচিত্ৰ ব্যৱহাৰ কৰি তেওঁলোকৰ যাত্ৰাৰ বিষয়ে কল্পনা কৰক।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক
বাইবেলৰ সত্যতাৰ প্ৰতি আগ্ৰহ দেখুৱা লোককসকলক পুনৰ সাক্ষাত কৰিবলৈ তিনিটা প্ৰভাৱশালী পদক্ষেপ।