প্ৰদৰ্শনৰ বাবে আৰ্হি
মৃত লোকসকল পুনৰ জীৱিত হ’বনে (ট্ৰেক্ট T-35)
প্ৰশ্ন: কিবা কাৰণত মৃত্যু হোৱা আপোনজনাক পুনৰ দেখা পোৱাতো সম্ভৱনে?
প্ৰস্তাৱ: ঈশ্বৰে মৃত লোকসকলক পুনৰ জীৱিত কৰিব বুলি কৰা প্ৰতিজ্ঞাৰ ওপৰত আমি কিয় বিশ্বাস কৰিব পাৰোঁ, তাৰ বিষয়ে এই ট্ৰেক্টখনে তিনিটা কাৰণ বৰ্ণনা কৰিছে।
মৃত লোকসকল পুনৰ জীৱিত হ’বনে (ট্ৰেক্ট T-35) শেষৰ পৃষ্ঠা
প্ৰশ্ন: মানুহে কেৱল ৭০ বা ৮০ বছৰলৈকে জীয়াই থাকে, কিন্ত্ত কিছুমান কাছ ১৫০ বছৰ আৰু কিছুমান গছ হাজাৰ হাজাৰ বছৰ জীয়াই থাকে। এতিয়া প্ৰশ্ন হ’ব পাৰে যে মানুহৰ জীৱন কাল ইমান কম কিয়?
পদ: আদিপুস্তক ৩:১৭-১৯
প্ৰস্তাৱ: এই প্ৰশ্নৰ উত্তৰ শাস্ত্ৰৰ আধাৰত ঈশ্বৰৰপৰা এটা ভাল খবৰ! নামৰ ব্ৰচাৰখনৰ ৬ অধ্যায়ত দিয়া হৈছে।
ঈশ্বৰৰপৰা এটা ভাল খবৰ!
প্ৰস্তাৱ: বিনামূলীয়া বাইবেল অধ্যয়নৰ এটা ব্যৱস্থাৰ বিষয়ে মই আপোনাক ক’বলৈ আহিলোঁ। এই ব্ৰচাৰখনে আপোনাৰ বাইবেলৰপৰা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ সহায় কৰিব।
প্ৰশ্ন: আপুনি কেতিয়াবা বাইবেলখন পঢ়িছেনে? এই ব্ৰচাৰখনৰ পাঠবোৰ যে সহজ, তাক মই আপোনাক দেখুৱাওঁ। [দ্বিতীয় পাঠটোৰ প্ৰথম প্ৰশ্নটো আলোচনা কৰক]
পদ: প্ৰকা ৪:১১
নিজৰ প্ৰদৰ্শন তৈয়াৰ কৰক
আগৰ উদাহৰণবোৰৰ ফমে ব্যৱহাৰ কৰি ঘোষণা কায্যৰ বাবে নিজৰ প্ৰদশন প্ৰস্তুত কৰক।