২ বংশাৱলি ৩৩-৩৬
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান |হৃদয়েৰে অনুতাপ কৰা লোকসকল যিহোৱাৰ দৃষ্টিত বহুমূলীয়া
মনচি
অচূৰীয়াহঁতৰ যোগেদি তেওঁক বাবিল নগৰলৈ ভৰিত শিকলি লগাই বন্দী কৰি লৈ যাবলৈ যিহোৱাৰ সন্মতি আছিল
বন্দী কৰাৰ পূৰ্বে ৰাজত্ব
-
মিছা দেৱতাবিলাকৰ বাবে বেদী নিৰ্মাণ কৰিছিল
-
নিজৰ পুত্ৰক বলিদান কৰিছিল
-
নিৰ্দোষীৰ ৰক্তপাত কৰিছিল
-
ভূতপ্ৰেতৰ কাৰ্য্যৰ বাবে গোটেই ৰাষ্ট্ৰক উৎসাহিত কৰিছিল
মুক্ত হোৱাৰ পাছত ৰাজত্ব
-
নিজকে নম্ৰ কৰিছিল
-
যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল; বলিদান দিছিল
-
মিছা দেৱতাবিলাকৰ বেদীবোৰ আঁতৰাইছিল
-
যিহোৱাক সেৱা কৰিবলৈ গোটেই ৰাষ্ট্ৰক উৎসাহিত কৰিছিল
যোচিয়া
শাসন কালত
-
যিহোৱাৰ বিষয়ে অনুসন্ধান কৰিছিল
-
যিহূদা আৰু যিৰূচালেমক শুচি কৰিছিল
-
যিহোৱাৰ গৃহ মেৰামতি কৰিছিল; ব্যৱস্থা-পুস্তকখন পাইছিল