ইজ্ৰা ১-৫
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান |যিহোৱাই নিজৰ প্ৰতিজ্ঞাবোৰ পূৰ কৰে
যিৰূচালেম মন্দিৰত সত্য উপাসনা পুনৰস্থাপন কৰাৰ বিষয়ে যিহোৱা ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল। কিন্ত্ত বাবিলৰপৰা উভতি অহাৰ পাছত, নিৰ্মাণ কাৰ্য্যৰ বাবে বহুতো বাধা আহিছিল। এই নিৰ্মাণ কাৰ্য্য বন্ধ কৰিবলৈ ৰাজ আজ্ঞাও দিয়া হৈছিল। নিৰ্মাণ কাৰ্য্য কেতিয়াও সম্পূৰ্ণ হৈ নুঠিব বুলি বহুতোলোকে ভাবিছিল।
-
প্ৰায় খৃ.পূ. ৫৩৭
মন্দিৰ পুনৰ নিৰ্মাণৰ বাবে কোৰচ ৰজাৰ আদেশ
-
৩:৩
সাত মাহ
বেদীৰ নিৰ্মাণ; বলিদান দিছিল
-
৩:১০, ১১
খৃ.পূ. ৫৩৬
ভিত্তিমূল স্থাপন
-
৪:২৩, ২৪
খৃ.পূ. ৫২২
অৰ্তক্ষত্ৰ ৰজাই নিৰ্মাণ কাৰ্য্য বন্ধ কৰিছিল
-
৫:১, ২
খৃ.পূ. ৫২০
নিৰ্মাণ কাৰ্য্য পুনৰ আৰম্ভ কৰিবলৈ জখৰিয়া আৰু হগ্গয়ে লোকসকলক উৎসাহিত কৰিছিল
-
৬:১৫
খৃ.পূ. ৫১৫
মন্দিৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ