Skip to content

Skip to table of contents

জানুৱাৰী ৪-১০

২ বংশাৱলি ২৯-৩২

জানুৱাৰী ৪-১০
  • গীত ৩৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • সত্য উপাসনাৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন”: (১০ মি.)

    • ২বং ২৯:১০-১৭—হিষ্কিয়াই সত্য উপাসনা পুনৰস্থাপন কৰিবলৈ দৃঢ়সংকল্প লৈছিল

    • ২বং ৩০:৫, ৬, ১০-১২—হিষ্কিয়াই সকলো নম্ৰ হৃদয়ৰ লোকক উপাসনাৰ বাবে নিমন্ত্ৰণ কৰিছিল

    • ২বং ৩২:২৫, ২৬—হিষ্কিয়াই নিজৰ অহংকাৰক নম্ৰতাৰে সংশোধন কৰিছিল (w০৫-E ১০/১৫ ২৫ ¶২০)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ২বং ২৯:১১—হিষ্কিয়াই জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়বোৰক প্ৰাধান্য দি কিদৰে এটা ভাল উদাহৰণ ৰাখিছিল? (w১৩-E ১১/১৫ ১৭ ¶৬-৭)

    • ২বং ৩২:৭, ৮—আহিবলগীয়া সমস্যাবোৰৰ সন্মুখীন হ’বলৈ আমি কি ব্যৱহাৰিক পদক্ষেপ ল’ব পাৰোঁ? (w১৩-E ১১/১৫ ২০ ¶১৭)

    • এই সপ্তাহৰ বাইবেল পাঠে মোক যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিবলৈ সহায় কৰিলে?

    • মই এই সপ্তাহৰ বাইবেল পাঠৰপৰা কি বিষয় ঘোষণা কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰোঁ?

  • বাইবেল পাঠ: ২বং ৩১:১-১০ (৪ মি. বা কম)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • এই মাহৰ প্ৰদৰ্শন প্ৰস্ত্তত কৰক: (১৫ মি.) আলোচনা। T-35 ট্ৰেক্ট প্ৰদৰ্শনৰ প্ৰথম নমুনা দেখুৱাওক আৰু ইয়াৰ মূল বিষয়বোৰ আলোচনা কৰক। পুনৰ সাক্ষাতৰ বাবে প্ৰচাৰকে কেনেকৈ ভিত্তিমূল গঢ়ি তুলিছে তাৰ বিষয়ে বৰ্ণনা কৰক। দ্বিতীয় নমুনাটো ব্যৱহাৰ কৰি ট্ৰেক্টখনৰ বাবে একেদৰে কৰক আৰু ভাল খবৰ ব্ৰচাৰখনৰ বাবে প্ৰস্ত্তত কৰা ভিডিঅ’খন দেখুৱাওক। ভাল খবৰ ব্ৰচাৰখন ব্যৱহাৰ কৰি কেনেকৈ বাইবেল অধ্যয়ন কৰিব” লেখটোৰপৰা বৰ্ণনা কৰক। নিজৰ প্ৰদৰ্শন প্ৰস্ত্তত কৰিবলৈ প্ৰচাৰকসকলক উৎসাহিত কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৩

  • সত্য উপাসনাৰ বাবে স্থান নিৰ্মাণ আৰু তদাৰক কৰা আমাৰ দায়িত্ব”: (১৫ মি.) আলোচনা। যিসকল ভাই-ভনীয়ে ৰাজ্যগৃহৰ নিৰ্মাণ কাৰ্য্যত ভাগ লৈছিল, তেওঁলোকে লাভ কৰা আনন্দৰ বিষয়ে মন্তব্য কৰিবলৈ উৎসাহিত কৰক। পৰিষ্কাৰ আৰু তদাৰকৰ বাবে দায়িত্বত থকা ভাইজনক স্থানীয় মণ্ডলীৰ বাবে কৰা ব্যৱস্থাৰ বিষয়ে জনাবলৈ সাক্ষাতকাৰ লওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: bh পৃষ্ঠা ৩-৭ (৩০ মি.)

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২৭ আৰু প্ৰাৰ্থনা