২ বংশাৱলি ২৯-৩২
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান |সত্য উপাসনাৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন
হিষ্কিয়াই সত্য উপাসনা পুনৰস্থাপন কৰিবলৈ দৃঢ়সংকল্প লৈছিল
২৯:১০-১৭
-
খৃ.পূ. ৭৪৬-৭১৬
হিষ্কিয়াৰ ৰাজত্বৰ সময়ছোৱা
-
নিচান খৃ.পূ. ৭৪৬
-
১-৮ দিন: ভিতৰ-চোতালৰ পৰিষ্কাৰ
-
৯-১৬ দিন: যিহোৱাৰ গৃহৰ পৰিষ্কাৰ
-
সকলো ইস্ৰায়েলীৰ বাবে প্ৰায়শ্চিত্ত আৰু সত্য উপাসনাৰ পুনৰস্থাপন
-
-
খৃ.পূ. ৭৪০
চমৰিয়াৰ পতন
হিষ্কিয়াই সকলো নম্ৰ হৃদয়ৰ লোকক উপাসনাৰ বাবে নিমন্ত্ৰণ কৰিছিল
৩০:৫, ৬, ১০-১২
-
বেৰ-চেবাৰপৰা দানলৈকে নিস্তাৰ-পৰ্ব্বৰ বিষয়ে ঘোষণা কৰি চিঠি পঠিয়াইছিল
-
কিছুমানে ঠাট্টা কৰিছিল, কিন্ত্ত বেছিভাগ লোকে সঠিক মনোবৃত্তি দেখুৱাইছিল