লাইবেৰিয়াৰ ৰাজধানী, মনৰ’ভিয়াত ঘোষণা কাৰ্য্য কৰা হৈছে

আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা জানুৱাৰী 2018

আলোচনাৰ বাবে আৰ্হি

বৰ্তমান সময়ত বাইবেলখন ব্যৱহাৰিক হয় নে নহয়, তাৰ বিষয়ে ধাৰাবাহিকৰূপে প্ৰকাশ কৰা আলোচনাৰ বাবে আৰ্হি।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“স্বৰ্গৰাজ্য ওচৰ হল”

যোহন বাপ্তাইজকে এক সৰল জীৱন-যাপন অতিবাহিত কৰিছিল আৰু একান্তভাৱে ঈশ্বৰৰ ইচ্ছা পূৰ কৰাত মনোনিৱেশ কৰিছিল। বৰ্তমান সময়ত সৰল জীৱন-যাপনে ঈশ্বৰৰ সেৱা আৰু বেছিকৈ কৰিবলৈ সহায় কৰিব।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যীচুৰ পৰ্ব্বতীয়া উপদেশৰপৰা শিক্ষা

আত্মাত দৰিদ্ৰ ইয়াৰ অৰ্থ কি? নিয়মিতভাৱে ঈশ্বৰৰ জ্ঞান লৈ থাকিবলৈ মোক কি কৰা উচিত?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

তোমাৰ ভায়েৰাই সৈতে প্ৰথমে মিল হোৱা—কেনেকৈ?

যদিও বৰ্তমান সময়ত আমি উপাসনাৰ বাবে কোনো জীৱ-জন্তুৰ বলিদান দিবলগীয়া নহয়। কিন্তু যদি আমি আমাৰ উপাসনা যিহোৱা ঈশ্বৰে গ্ৰহণ কৰাটো বিচাৰোঁ, তেনেহ’লে যীচুৱে দিয়া পৰামৰ্শ পালন কৰি ভাই-ভনীসকলৰ লগত শান্তি বজাই ৰাখিবলৈ আমি কি কৰা উচিত?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

প্ৰথমে তেওঁৰ ৰাজ্য বিচাৰক

সকলো বস্তুৰ বাবে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। কিন্তু আমাৰ বাবে গুৰুত্বপূৰ্ণ বিষয় কি হোৱা উচিত?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

চিন্তা নকৰিবা

পৰ্ব্বতীয়া উপদেশত যীচুৱে শিষ্যসকলক এইদৰে কৈছিল: “চিন্তা নকৰিবা।” ইয়াৰ অৰ্থ কি?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যীচুৱে লোকসকলক প্ৰেম কৰিছিল

লোকসকলক সুস্থ কৰাৰ সময়ত যীচুৱে কেৱল শক্তি প্ৰদৰ্শন কৰিছিল এনে নহয়, কিন্তু গুৰুত্বপূৰ্ণ বিষয় যে যীচুৱে আন লোকসকলৰ প্ৰতি দয়া আৰু প্ৰেম দেখুৱাইছিল।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যীচুৱে লোকসকলক জিৰণি দিছিল

আমি যেতিয়া বাপ্তিষ্মা লৈ যীচুৰ শিষ্য হোৱাৰ যুৱলি গ্ৰহণ কৰোঁ, তেতিয়া আমি প্ৰত্যাহ্বানজনক কাৰ্য্য আৰু দায়িত্ববোৰ পালন কৰিবলৈ যথেষ্ট পৰিশ্ৰম কৰোঁ। কিন্তু এনে কৰাৰ যোগেদি আমি সতেজ অনুভৱ কৰোঁ।