Skip to content

Skip to table of contents

জানুৱাৰী ১৫-২১

মথি ৬-৭

জানুৱাৰী ১৫-২১
  • গীত ৪০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • প্ৰথমে তেওঁৰ ৰাজ্য বিচাৰক”: (১০ মি.)

    • মথি ৬:১০—যীচুৰ আদৰ্শ প্ৰাৰ্থনাত ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া হৈছে। ইয়াৰ যোগেদি ক’ব পাৰি যে ঈশ্বৰৰ ৰাজ্য এক গুৰুত্বপূৰ্ণ বিষয় হয় (bh ১৬৯ ¶১২)

    • মথি ৬:২৪—আমি ঈশ্বৰ আৰু “ধন” উভয়তে খাটিব নোৱাৰোঁ (“দুজনা গৰাকীত খাটিবমথি ৬:২৪ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ৬:৩৩—যিসকল লোকে ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়ে, ঈশ্বৰে সেই বিশ্বাসী লোকসকলৰ প্ৰয়োজনবোৰ পূৰ কৰে (“তেওঁৰ,” “ৰাজ্য,” “ধাৰ্ম্মিকতা,” “বিচাৰামথি ৬:৩৩ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty, w১৬.০৭-HI ১২ ¶১৮)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ৭:১২—ঘোষণা কাৰ্য্যৰ বাবে প্ৰস্তুতি কৰাৰ সময়ত এই পদটো আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ? (w১৪-HI ৫/১৫ ১৪-১৫ ¶১৪-১৬)

    • মথি ৭:২৮, ২৯—যীচুৰ শিক্ষাই লোকসকলক কেনেকৈ প্ৰভাৱিত কৰিছিল আৰু কিয়? (“উপদেশত,” “বিস্ময়,” “অধ্যাপকসকলৰ দৰে উপদেশ নিদিমথি ৭:২৮, ২৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ৬:১-১৮

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। প্ৰথম সাক্ষাতত লগ পোৱা ব্যক্তিজন ঘৰত নাই, কিন্তু তেওঁৰ এজন সম্বন্ধীয় লোকক লগ পাইছে।

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৫৪

  • চিন্তা নকৰিবা”: (১৫ মি.) আলোচনা। যীচু খ্ৰীষ্টৰ জীৱন্ত উদাহৰণৰপৰা শিক্ষা—চৰাই আৰু কনাৰি ফুলবোৰলৈ মনোযোগ দিয়ক নামৰ ভিডিঅ’খন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায়  ৩১ ¶১-১২

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৮ আৰু প্ৰাৰ্থনা