Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ৬-৭

প্ৰথমে তেওঁৰ ৰাজ্য বিচাৰক

প্ৰথমে তেওঁৰ ৰাজ্য বিচাৰক

যীচুৰ আদৰ্শ প্ৰাৰ্থনাত ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া হৈছে। ইয়াৰ যোগেদি ক’ব পাৰি যে ঈশ্বৰৰ ৰাজ্য এক গুৰুত্বপূৰ্ণ বিষয় হয়।

৬:৯-১৩

  • ঈশ্বৰৰ নাম

    ঈশ্বৰৰ ৰাজ্য

    ঈশ্বৰৰ ইচ্ছা

  • প্ৰতিদিনৰ আহাৰ

    পাপৰ ক্ষমা

    পৰীক্ষাৰ সময়ছোৱাত স্থিৰে থাকিবলৈ

ঈশ্বৰৰ ৰাজ্যৰ লগত জড়িত থকা বিষয়বোৰৰ বাবে মই প্ৰাৰ্থনা কৰিব পাৰোঁ। উদাহৰণস্বৰূপে:

  • ঘোষণা কাৰ্য্য ব্যাপকৰূপে হোৱাৰ বাবে

  • তাড়নাৰ সন্মুখীন হোৱা লোকসকলক ঈশ্বৰৰ পবিত্ৰ আত্মাই সহায় কৰাৰ বাবে

  • কোনো এক নিৰ্দিষ্ট নিৰ্ম্মাণ কাৰ্য্য অথবা বিশেষ ঘোষণা কাৰ্য্যৰ অভিযানৰ বাবে আশীৰ্ব্বাদ বিচাৰি

  • দায়িত্বত থকা ভাইসকলক প্ৰজ্ঞা আৰু শক্তি দিয়াৰ বাবে

  • অন্যান্য বিষয়বোৰৰ বাবে