Skip to content

Skip to table of contents

জানুৱাৰী ১-৭

মথি ১-৩

জানুৱাৰী ১-৭
  • গীত ৩০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • স্বৰ্গৰাজ্য ওচৰ হল”: (১০ মি.)

    • [মথি কিতাপখনৰ পৰিচয় ভিডিঅ’খন দেখুৱাওক।]

    • মথি ৩:১, ২—যোহন বাপ্তাইজকে ঘোষণা কৰিছিল যে স্বৰ্গীয় ৰাজ্যৰ শাসক অতি সোনকালে উপস্থিত হ’ব (“ঘোষণা কৰা,” “ৰাজ্য,” “স্বৰ্গৰাজ্য,” “ওচৰ হ’লমথি ৩:১, ২ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ৩:৪—যোহন বাপ্তাইজকে এক সৰল জীৱন-যাপন অতিবাহিত কৰিছিল আৰু একান্তভাৱে ঈশ্বৰৰ ইচ্ছা পূৰ কৰাত মনোযোগ দিছিল (“যোহনৰ . . . কাপোৰ,” “কচুৱা ফৰিং,” “হাবিৰ মৌমথি ৩:৪ পদৰ ওপৰত ভিডিঅ’, nwtsty)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ১:৩—মথিয়ে যীচুৰ বংশাৱলী বৰ্ণনা কৰোঁতে পুৰুষসকলৰ লগতে পাঁচগৰাকী তিৰোতাৰ নাম উল্লেখ কৰিছিল। তেওঁ তিৰোতাসকলৰ নাম কিয় উল্লেখ কৰিছিল? (‘তামাৰমথি ১:৩ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ৩:১১—বাপ্তিষ্মাৰ অৰ্থ সম্পূৰ্ণৰূপে পানীত ডুবোৱা হয় বুলি আমি কেনেকৈ জানোঁ? (“বাপ্তাইজ কৰিবমথি ৩:১১ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ১:১-১৭

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিত চাওক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) bh ৩৯ ¶৬-৭

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১০

  • বছেৰেকীয়া সেৱা ৰিপৰ্ট: (১৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। শাখা কাৰ্য্যালয়ৰপৰা অহা বছেৰেকীয়া সেৱা ৰিপৰ্টটো পঢ়াৰ পাছত আগতিয়াকৈ নিৰ্ব্বাচন কৰি ৰখা কেইজনমান প্ৰচাৰকৰ সাক্ষাৎকাৰ লওক, যিয়ে বিগত সেৱা বছৰত, ঘোষণা কাৰ্য্য কৰাৰ সময়ত কিছুমান ভাল অনুভৱ লাভ কৰিবলৈ সক্ষম হৈছিল।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায়  ৩০ ¶১০-১৮

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৫০ আৰু প্ৰাৰ্থনা