জানুৱাৰী ২৯–ফেব্ৰুৱাৰী ৪
মথি ১০-১১
গীত ২২ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যীচুৱে লোকসকলক জিৰণি দিছিল”: (১০ মি.)
মথি ১০:২৯, ৩০—যীচুৱে আশ্বাস দিছিল যে যিহোৱা ঈশ্বৰে প্ৰতিজন লোকৰ যত্ন লয় (“ঘৰ-চিৰিকা,” “এপইচালৈ নেবেচে,” “তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গণা হৈছে” মথি ১০:২৯, ৩০ পদৰ ওপৰত অধ্যয়নৰ টোকা আৰু ‘ঘৰ-চিৰিকাৰ’ ভিডিঅ’, nwtsty)
মথি ১১:২৮—যিহোৱা ঈশ্বৰৰ সেৱা কৰিলে আমি জিৰণি পাম (“ভাৰাক্ৰান্ত,” “মই তোমালোকক জিৰণি দিম” মথি ১১:২৮ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
মথি ১১:২৯, ৩০—যীচুৰ অধীনত থাকি, তেওঁৰ পথত চলিলে আমি জিৰণি পাম (“তোমালোকৰ ওপৰত মোৰ যুৱলি লোৱা” মথি ১১:২৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
মথি ১১:২, ৩—যোহন বাপ্তাইজকে এই প্ৰশ্ন কিয় কৰিছিল? (jy-E ৯৬ ¶২-৩)
মথি ১১:১৬-১৯—এই পদবোৰৰ অৰ্থ কি? (jy-E ৯৮ ¶১-২)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) মথি ১১:১-১৯
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিত চাওক।
তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু পৰৱৰ্তী সাক্ষাতৰ বাবে এটা প্ৰশ্ন কৰক।
বাইবেল অধ্যয়ন: (৬ মি. বা কম) bh ৪২-৪৩ ¶১৫-১৬—গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ জনাওক।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ২০
“পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত” লোকসকলক জিৰণি দিয়া: (১৫ মি.) ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
অলপতে হোৱা কোনবোৰ ঘটনাৰ বাবে কিছুমান লোকক সান্ত্বনা দিয়াৰ প্ৰয়োজন হৈ পৰিল?
যিহোৱা ঈশ্বৰ আৰু যীচুৱে সংগঠনৰ যোগেদি কেনেকৈ সান্ত্বনা দিয়ে?
পবিত্ৰ শাস্ত্ৰ বাইবেলে কেনেকৈ সান্ত্বনা আগবঢ়ায়?
আমি এজনে-আনজনক কেনেকৈ সান্ত্বনা দিব পাৰোঁ?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায় ৩১ ¶২১-২৩ আৰু “ধ্যানৰ বাবে প্ৰশ্ন” নামৰ বক্স
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ২৪ আৰু প্ৰাৰ্থনা