জানুৱাৰী ৮-১৪
মথি ৪-৫
গীত ৪৫ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যীচুৰ পৰ্ব্বতীয়া উপদেশৰপৰা শিক্ষা”: (১০ মি.)
মথি ৫:৩—আধ্যাত্মিক বিষয়বোৰ পূৰ কৰাৰ বাবে সজাগ হোৱাৰ যোগেদি আমি আনন্দিত হ’ব পাৰিম (“ধন্য,” “আত্মাত দৰিদ্ৰবিলাক” মথি ৫:৩ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
মথি ৫:৭—দয়ালু আৰু কৰুণাময় হ’লে আমি আনন্দিত হ’ম (“দয়ালু” মথি ৫:৭ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
মথি ৫:৯—আনৰ লগত শান্তি বজাই ৰাখিলে আমি সুখী হ’ম (“মিলনকাৰী” মথি ৫:৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty, w০৭-HI ১২/১ ১৭)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
মথি ৪:৯—চয়তানে যীচুক কি কৰিবলৈ প্ৰলোভিত কৰিছিল? (“দণ্ডৱতে মোক প্ৰণাম কৰা” মথি ৪:৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
মথি ৪:২৩—যীচুৱে নিজৰ জীৱন কালত কি দুটা গুৰুত্বপূৰ্ণ কামত ব্যস্ত আছিল? (“উপদেশ . . . প্ৰচাৰ” মথি ৪:২৩ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) মথি ৫:৩১-৪৮
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিত চাওক।
প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
ভাষণ: (৬ মি. বা কম) w১৬.০৩-HI ৩১-৩২—বিষয়: চয়তানে যীচুক পৰীক্ষা কৰিবলৈ সঁচাকৈ ধৰ্ম্মধামৰ ওপৰলৈ লৈ গৈছিল নেকি?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৩৫
ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱাবিলাক ধন্য: (৯ মি.) নামকুংগ পৰিয়াল: বিশ্বাসৰ বাবে জেলত নামৰ ভিডিঅ’খন দেখুৱাওক। এই ভিডিঅ’খনৰপৰা শিকা কথাবোৰ আলোচনা কৰক।
“তোমাৰ ভায়েৰাই সৈতে প্ৰথমে মিল হোৱা—কেনেকৈ”: (৬ মি.) আলোচনা। প্ৰতিটো বক্সৰ শেষৰ পৰামৰ্শটোৱেই যে সঠিক হয়, তাৰ বিষয়ে আলোচনা কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায় ৩০ ¶১৯-২৩ আৰু “ধ্যানৰ বাবে প্ৰশ্ন” নামৰ বক্স
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৫৩ আৰু প্ৰাৰ্থনা