Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ৪-৫

যীচুৰ পৰ্ব্বতীয়া উপদেশৰপৰা শিক্ষা

যীচুৰ পৰ্ব্বতীয়া উপদেশৰপৰা শিক্ষা

আপুনি আত্মাত দৰিদ্ৰ হয়নে?

“আত্মাত দৰিদ্ৰবিলাক,” এই বাক্যশাৰীয়ে সেই লোকসকলক চিত্ৰিত কৰে, যিসকলে বুজি পায় যে তেওঁলোকক ঈশ্বৰৰ সহায়ৰ প্ৰয়োজন আছে। (মথি ৫:৩) যদি আমি ঈশ্বৰৰ নিৰ্দ্দেশনা লাভ কৰিব বিচাৰোঁ, তেনেহ’লে আমি . . .

  • প্ৰতিদিনে বাইবেল পঢ়া উচিত

  • সভাৰ বাবে প্ৰস্তুতি আৰু সভাত উপস্থিত থকা উচিত

  • সংগঠনৰ ফালৰপৰা প্ৰকাশ হোৱা প্ৰকাশনবোৰ আৰু যিমান সম্ভৱ হয়, আমি ৱেবছাইটত প্ৰকাশ হোৱা বিষয়বোৰ পঢ়া উচিত

  • প্ৰতিমাহে JW ব্ৰডকাষ্টিং চোৱা উচিত

নিয়মিতভাৱে ঈশ্বৰৰ জ্ঞান লৈ থাকিবলৈ মই কি কৰা উচিত?