Skip to content

Skip to table of contents

জুন ১১-১৭

লূক ১

জুন ১১-১৭
  • গীত ৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • মৰিয়মৰ দৰে নম্ৰ হওক”: (১০ মি.)

    • [লূক কিতাপখনৰ পৰিচয় ভিডিঅ’খন চাওক।]

    • লূক ১:৩৮—তাই নম্ৰতাৰে নিজৰ দায়িত্ব গ্ৰহণ কৰিছিল (ia-HI ১৪৯ ¶১২)

    • লূক ১:৪৬-৫৫—তাই শাস্ত্ৰৰপৰা উদ্ধৃতি দি যিহোৱা ঈশ্বৰৰ প্ৰশংসা কৰিছিল (ia-HI ১৫১ ¶১৫-১৬)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • লূক ১:৭৪—“ত্ৰাণৰ শিং” বুলিলে কি বুজায়? (“ত্ৰাণৰ শিং,লূক ১:৭৪ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • লূক ১:৭৬, ৭৯—যোহন বাপ্তাইজকে কেনেকৈ “প্ৰভুৰ [যিহোৱা, NW] পথ যুগুত” কৰিছিল? (“তেওঁৰ আগে আগে প্ৰভুৰ [যিহোৱা, NW] পথ যুগুত কৰিবলৈ তুমি যাবালূক ১:৭৬, ৭৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লূক ১:৪৬-৬৬

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৩

  • স্থানীয় প্ৰয়োজনীয়তা: (৮ মি.) যদি বিচাৰে, তেনেহ’লে ২০১৮ চনৰ বাৰ্ষিক পাঠৰ বিষয়ে আলোচনা কৰিব পাৰে (w১৮.০১-HI ৮-৯ ¶৪-৭)

  • সংগঠনে লাভ কৰা সফলতা: (৭ মি.) জুন মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅ’খন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ১০ ¶৩-৮

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৫০ আৰু প্ৰাৰ্থনা