Skip to content

Skip to table of contents

জুন ১৮-২৪

লূক ২-৩

জুন ১৮-২৪
  • গীত ৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • কিশোৰ-কিশোৰীসকল—তোমালোকে আধ্যাত্মিকভাৱে উন্নতি কৰিছানে?”: (১০ মি.)

    • লূক ২:৪১, ৪২—যীচুৱে নিজৰ পিতৃ-মাতৃৰ লগত বছৰেকীয়া নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ গৈছিল (“তেওঁৰ মাক-বাপেক বছৰে বছৰে নিস্তাৰ-পৰ্ব্বৰ সময়ত যিৰূচালেমলৈ যায়লূক ২:৪১ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • লূক ২:৪৬, ৪৭—যীচুৱে ধৰ্ম্মগুৰুসকলৰ কথা শুনিছিল আৰু তেওঁলোকক প্ৰশ্ন সুধিছিল (“তেওঁলোকক প্ৰশ্ন ধৰি আছিল,” “সকলোৱে তেওঁৰ বুদ্ধি আৰু উত্তৰত বিস্ময় মানিলেলূক ২:৪৬, ৪৭ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • লূক ২:৫১, ৫২—যীচুৱে নিজৰ পিতৃ-মাতৃৰ “বশ হৈ থাকিল” আৰু ঈশ্বৰ আৰু লোকসকলৰ দৃষ্টিত অনুগ্ৰহ লাভ কৰিছিল (“বশ হৈ থাকিললূক ২:৫১, ৫২ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • লূক ২:১৪—এই পদৰ অৰ্থ কি? (“আৰু পৃথিবীত, প্ৰীতিৰ পাত্ৰ মানুহবিলাকৰ মাজত শান্তি,” “প্ৰীতিৰ পাত্ৰ মানুহবিলাকলূক ২:১৪ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • লূক ৩:২৩—যোচেফৰ পিতৃ কোন আছিল? (wp১৬.৩-HI ৯ ¶১-৩)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লূক ২:১-২০

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক।

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।

  • ভাষণ: (৬ মি. বা কম) w১৪-HI ২/১৫ ২৬-২৭—বিষয়: কিহৰ আধাৰত প্ৰথম শতিকাৰ যিহূদীসকলে মচীহৰ বাবে “অপেক্ষা” কৰিছিল?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন