জুন ২৫–জুলাই ১
লূক ৪-৫
গীত ১০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“প্ৰলোভনৰ সন্মুখীন হোৱাৰ সময়ত যীচুৰ দৰে প্ৰতিৰোধ কৰক”: (১০ মি.)
লূক ৪:১-৪—যীচুৱে শাৰীৰিক ইচ্ছাবোৰক জীৱনত প্ৰভাৱ পেলাবলৈ দিয়া নাছিল (w১৩-HI ৮/১৫ ২৫ ¶৮)
লূক ৪:৫-৮— চকুৰ অভিলাষে যীচুক প্ৰলোভিত কৰিব পৰা নাছিল (w১৩-HI ৮/১৫ ২৫ ¶১০)
লূক ৪:৯-১২—পৰীক্ষাৰ সময়ত যীচুৱে মানুহৰ প্ৰশংসা লাভ কৰিবলৈ কোনো কাৰ্য্য কৰা নাছিল। [মন্দিৰৰ চূড়া নামৰ ভিডিঅ’খন দেখুৱাওক] (“মন্দিৰৰ চূড়া” লূক ৪:৯ পদৰ ওপৰত ভিডিঅ’, nwtsty; w১৩-HI ৮/১৫ ২৬ ¶১২)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
লূক ৪:১৭—কিহে দেখুৱাই যে ঈশ্বৰৰ বাক্যৰ ওপৰত যীচুৰ সম্পূৰ্ণ জ্ঞান আছিল? (“যিচয়া ভাববাদীৰ পুস্তক” লূক ৪:১৭ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
লূক ৪:২৫—এলিয়াৰ সময়ত কিমান দিনলৈকে আকাল হৈছিল? (“তিনি বছৰ ছমাহ” লূক ৪:২৫ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) লূক ৪:৩১-৪৪
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। JW.ORG যোগাযোগৰ কাৰ্ডখন দিয়ক।
তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু অধ্যয়নৰ বাবে ব্যৱহাৰ হোৱা এখন প্ৰকাশন আগবঢ়াওক।
বাইবেল অধ্যয়ন: (৬ মি. বা কম) যিহোৱাৰ ইচ্ছা পাঠ ২৮
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ২৭
“চ’চিয়েল নেটৱৰ্কিঙৰ বিপদৰপৰা সাৱধান!”: (১৫ মি.) আলোচনা। বুদ্ধিমতাৰে চ’চিয়েল নেটৱৰ্ক ব্যৱহাৰ কৰক নামৰ ভিডিঅ’খন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ১১ ¶৪-৮
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১১ আৰু প্ৰাৰ্থনা