আলোচনাৰ বাবে আৰ্হি
●○○ প্ৰথম সাক্ষাৎ
○●○ প্ৰথম পুনৰ সাক্ষাৎ
প্ৰশ্ন: শেষ-কালৰ পাছত কি হ’ব?
পদ: প্ৰকা ২১:৩, ৪
পৰৱৰ্তী সাক্ষাতৰ বাবে: ভৱিষ্যতৰ বিষয়ে ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছে, তাৰপৰা আমি কেনেকৈ আনন্দ উপভোগ কৰিব পাৰিম?
○○● দ্বিতীয় পুনৰ সাক্ষাৎ
প্ৰশ্ন: ভৱিষ্যতৰ বিষয়ে ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছে, তাৰপৰা আমি কেনেকৈ আনন্দ উপভোগ কৰিব পাৰিম?
পদ: যোহ ৩:১৬
পৰৱৰ্তী সাক্ষাতৰ বাবে: বিশ্বাস কৰাৰ অৰ্থ কি?