Skip to content

Skip to table of contents

জুন ১৭-২৩

ইফিচীয়া ৪-৬

জুন ১৭-২৩
  • গীত ৭১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • ঈশ্বৰৰ আটাই সাজ পিন্ধা”: (১০ মি.)

    • ইফি ৬:১১-১৩—চয়তান আৰু দুষ্ট আত্মিক প্ৰাণীবিলাকৰপৰা আমি নিজকে সুৰক্ষা দিয়াৰ প্ৰয়োজন (w১৮.০৫-HI ২৭ ¶১)

    • ইফি ৬:১৪, ১৫—সত্যতা, ধাৰ্ম্মিকতা আৰু শান্তিৰ শুভবাৰ্ত্তাৰ দ্বাৰা নিজকে সুৰক্ষা দিয়ক (w১৮.০৫-HI ২৮-২৯ ¶৪, ৭, ১০)

    • ইফি ৬:১৬, ১৭—বিশ্বাস, উদ্ধাৰৰ আশা আৰু ঈশ্বৰৰ বাক্যৰ দ্বাৰা নিজকে সুৰক্ষা দিয়ক (w১৮.০৫-HI ২৯-৩১ ¶১৩, ১৬, ২০)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ইফি ৪:৩০—এজন ব্যক্তিয়ে কেনেকৈ পবিত্ৰ আত্মাক অসন্তুষ্ট কৰিব পাৰে? (it-১-E ১১২৮ ¶৩)

    • ইফি ৫:৫—এজন মূৰ্ত্তি-পূজা কৰা ব্যক্তিৰ লগত এজন লুভীয়া ব্যক্তিৰ কেনেকৈ মিল আছে? (it-১-E ১০০৬ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ইফি ৪:১৭-৩২ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন