Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ইফিচীয়া ৪-৬

“ঈশ্বৰৰ আটাই সাজ পিন্ধা”

“ঈশ্বৰৰ আটাই সাজ পিন্ধা”

৬:১১-১৭

পাঁচনি পৌলে খ্ৰীষ্টান ভাই-ভনীসকলক যুদ্ধ কৰা সৈনিকসকলৰ লগত তুলনা কৰিছে। আমাৰ শত্ৰু হৈছে, ‘দুষ্টতাৰ আত্মিক দলবোৰ।’ তেওঁলোকৰ তুলনাত আমি দুৰ্বল আৰু অসুৰক্ষিত। কিন্তু, যদি আমি “ঈশ্বৰৰ আটাই সাজ” পৰিধান কৰিম, তেনেহ’লে আমি যিহোৱাৰ সহায়ত এই যুদ্ধত জয়লাভ কৰিব পাৰিম।

ইয়াত দিয়া অস্ত্ৰ-শস্ত্ৰবোৰৰ নাম কি আৰু ইয়ে কিহক চিত্ৰিত কৰে?

ধ্যানৰ বাবে প্ৰশ্ন: মই সকলোবোৰ সাজ পৰিধান কৰিছোঁনে?