জুন ৩-৯
গালাতীয়া ৪-৬
গীত ১৬ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“এক ‘ভাবাৰ্থ’ কাহিনী, যি আমাৰ বাবে অৰ্থ ৰাখে”: (১০ মি.)
গালা ৪:২৪, ২৫—হাগাৰে নিয়ম চুক্তিৰ অধীনত থকা ইস্ৰায়েলীসকলক চিত্ৰিত কৰে (it-১-E ১০১৮ ¶২)
গালা ৪:২৬, ২৭—চাৰাই “উৰ্দ্ধলোকত থকা যিৰূচালেম” অৰ্থাৎ যিহোৱা ঈশ্বৰৰ স্বৰ্গীয় সংগঠনক চিত্ৰিত কৰে (w১৪-HI ১০/১৫ ১০ ¶১১)
গালা ৪:২৮-৩১—আজ্ঞা পালন কৰা মানৱজাতিয়ে উৰ্দ্ধলোকত থকা যিৰূচালেমৰ ‘সন্তানবিলাকৰপৰা’ আশীৰ্ব্বাদ লাভ কৰে
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
বাইবেল পাঠ: (৪ মি. বা কম) গালা ৪:১-২০ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। শাস্ত্ৰপদ কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাক বৰ্ণনা কৰক নামৰ ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ৬ আলোচনা কৰক।
ভাষণ: (৫ মি. বা কম) w১২-HI ৩/১৫ ৩০-৩১—বিষয়: খ্ৰীষ্টানসকলে অশ্লীল ছবি বা ভিডিঅ’ চোৱাৰপৰা কিয় আঁতৰি থকা উচিত? (শিক্ষা অধ্যায় ১৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ১১০
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৮ মি.)
সংগঠনে লাভ কৰা সফলতা: (৭ মি.) জুন মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅ’খন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৪ ¶১৩-২২
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১২০ আৰু প্ৰাৰ্থনা