Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | গালাতীয়া ৪-৬

এক “ভাবাৰ্থ” কাহিনী, যি আমাৰ বাবে অৰ্থ ৰাখে

এক “ভাবাৰ্থ” কাহিনী, যি আমাৰ বাবে অৰ্থ ৰাখে

৪:২৪-৩১

নিয়ম চুক্তিতকৈ নতুন নিয়ম কিমান শ্ৰেষ্ঠ, ইয়াৰ বিষয়ে বুজাবলৈ পাঁচনি পৌলে “ভাবাৰ্থ” কাহিনী ব্যৱহাৰ কৰিছিল। যীচু খ্ৰীষ্ট আৰু তেওঁৰ উত্তৰাধিকাৰীসকলৰ অধীনত গোটেই মানৱজাতিয়ে পাপ, অসিদ্ধতা, দুখ-কষ্ট আৰু মৃত্যুৰপৰা মুক্তি লাভ কৰিব।—যিচ ২৫:৮, ৯.

 

হাগাৰ—এগৰাকী বেটী

নিয়ম চুক্তিৰ অধীনত থকা ইস্ৰায়েলৰ ৰাজধানী যিৰূচালেম আছিল

চাৰা—স্বাধীন তিৰোতা

উৰ্দ্ধলোকত থকা যিৰূচালেম অৰ্থাৎ ঈশ্বৰৰ স্বৰ্গীয় সংগঠন

হাগাৰৰ “সন্তান”

যিহূদী লোকসকলে (যিসকলে মোচিৰ নিয়ম পালন কৰিবলৈ প্ৰতিজ্ঞা কৰিছিল) যীচুক তাড়না দিছিল আৰু অস্বীকাৰ কৰিছিল

চাৰাৰ “সন্তান”

খ্ৰীষ্ট আৰু ১,৪৪,০০০ অভিষিক্ত খ্ৰীষ্টানসকল

নিয়ম চুক্তিৰ অধীনত

ইস্ৰায়েলীসকল পাপৰ দাস হৈ আছে বুলি নিয়ম চুক্তিয়ে মনত পেলাই দিয়ে

নতুন নিয়মে মুক্ত কৰে

খ্ৰীষ্টৰ বলিদানৰ ওপৰত কৰা বিশ্বাসে পাপৰ দাসত্বৰপৰা মুক্তি লাভ কৰিবলৈ সম্ভৱ কৰি তোলে