Skip to content

Skip to table of contents

জুন ২৪-৩০

ফিলিপীয়া ১-৪

জুন ২৪-৩০
  • গীত ৩৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • তোমালোকে একোলৈ চিন্তা নকৰিবা”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ফিলি ২:১৭—পাঁচনি পৌলে এইদৰে কিয় কৈছিল যে তেওঁৰ ওপৰত “নৈবেদ্যস্বৰূপে ঢলা” হৈছে? (it-২-E ৫২৮ ¶৫)

    • ফিলি ১:২২, ২৩—পৌলে কি ‘দুটা’ হেঁচাৰ সন্মুখীন হৈছিল আৰু তেওঁ অন্তৰৰপৰা কি ইচ্ছা কৰিছিল? (w০৮-HI ৮/১৫ ২৮ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ফিলি ৪:১০-২৩ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪৫

  • কাৰ নিয়ন্ত্ৰণত আছে—নিজৰ, নে ফোনৰ?: (৫ মি.) ভিডিঅ’খন দেখুৱাওক তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: ফোন কি কি কামৰ বাবে ব্যৱহাৰ কৰা হয়? ইয়াৰ অতিমাত্ৰা ব্যৱহাৰ কৰিলে, কেনেকৈ বেয়া প্ৰভাৱ পৰিব পাৰে? আপুনি অতিমাত্ৰা ব্যৱহাৰ কৰিছোঁ বুলি কেনেকৈ জানিব পাৰে? আপুনি “যি যি শ্ৰেষ্ঠ” বিষয়বোৰ কেনেকৈ ধ্যান দিব পাৰিব? (ফিলি ১:১০)

  • ভাবি-চিন্তি মনোৰঞ্জন বাছনি কৰক”: (১০ মি.) আলোচনা। মই কেনেধৰণৰ মনোৰঞ্জন বাছনি কৰা উচিত? নামৰ ভিডিঅ’খন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৫ ¶১৪-২০

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৪৬ আৰু প্ৰাৰ্থনা