আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা জুন 2020
আলোচনাৰ বাবে আৰ্হি
বৰ্তমান সময়ৰ শেষ-কালৰ বিষয়ে ধাৰাবাহিক আলোচনা।
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যোচেফে নিজৰ ককায়েকহঁতক ক্ষমা কৰিলে
যোচেফৰ উদাহৰণৰপৰা ক্ষমা কৰা বিষয়ে আপুনি কি শিকিব পাৰে?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
আকালৰপৰা ৰক্ষা
আজি গোটেই পৃথিৱীত আধ্যাত্মিক আহাৰৰ আকাল হৈছে কিন্তু প্ৰচুৰ পৰিমাণে আধ্যাত্মিক আহাৰ আপুনি কʼত বিচাৰি পাব?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
বৃদ্ধসকলে আনক শিকাবলৈ ভৰপূৰ জ্ঞান আছে
বৃদ্ধসকলে কেনেকৈ বিশ্বাসৰ এক ভাল উদাহৰণ ৰাখিছে?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
অনুভৱী খ্ৰীষ্টানসকলৰপৰা আমি কি শিকিব পাৰোঁ?
আমি অনুভৱী ভাই-ভনীসকলৰপৰা কেনেকৈ লাভৱান হ’ব পাৰোঁ?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“মই তোমাৰ মুখৰ সহায় হৈ, তুমি কব লগীয়া কথা তোমাক শিকাম।”
মোচি উদাহৰণে কেনেকৈ নিৰ্ভয়ে প্ৰচাৰ কৰিবলৈ আপোনাক উৎসাহিত কৰিব পাৰে?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
আলোচনাৰ বাবে আৰ্হি ভালদৰে ব্যৱহাৰ কৰক
সভাৰ বাবে অধ্যয়ন পুস্তিকাত দিয়া আলোচনাৰ বাবে আৰ্হি, আপুনি বিদ্যাৰ্থীৰ ভাগত আৰু প্ৰচাৰ কাৰ্য্যত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
আপুনি প্ৰচাৰ কৰিব আৰু শিক্ষা দিব পাৰে!
আপুনি প্ৰচাৰ কৰিবলৈ আৰু শিক্ষা দিবলৈ কʼৰপৰা সাহস লাভ কৰিব পাৰে?