জুন ১৫-২১
আদিপুস্তক ৪৮-৫০
গীত ৩০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“বৃদ্ধসকলে আনক শিকাবলৈ ভৰপূৰ জ্ঞান আছে”: (১০ মি.)
আদি ৪৮:২১, ২২—ভৱিষ্যতে যিহোৱাৰ লোকসকলে নিশ্চয় কনান দেশত থাকিব বুলি কোৱাৰ যোগেদি যাকোবে নিজৰ বিশ্বাস প্ৰকাশ কৰিলে (it-১-E ১২৪৬ ¶৮)
আদি ৪৯:১—যাকোবে মৃত্যুৰ আগতে কৰা ভৱিষ্যতবাণীৰপৰা আমি বুজিব পাৰোঁ যে তেওঁৰ বিশ্বাস দৃঢ় আছিল (it-২-E ২০৬ ¶১)
আদি ৫০:২৪, ২৫—যিহোৱাৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত যোচেফে নিজৰ বিশ্বাস দেখুৱালে (w০৭-HI ৬/১ ২৮ ¶১০)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
আদি ৪৯:১৯—যাকোবে গাদৰ বিষয়ে কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ হৈছিল? (w০৪ ৬/১ ২৪ ¶৪-৫)
আদি ৪৯:২৭—যাকোবে বিন্যামীনৰ বিষয়ে কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ হৈছিল? (it-১-E ২৮৯ ¶২)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) আদি ৪৯:৮-২৬ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) আলোচনা। ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: প্ৰচাৰক দুজনে কেনেকৈ একেলগে মিলি সাক্ষ্য দিছিল? আমি এই দুজন প্ৰচাৰকৰ দৰে কেনেকৈ বিশ্বাসেৰে সাক্ষ্য দিব পাৰোঁ?
পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয় পাৰ কৰক। (শিক্ষা অধ্যায় ৬)
পুনৰ সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত বাইবেলে শিকায় কিতাপখন আগবঢ়াওক আৰু অধ্যায় ৯-ৰপৰা অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ১৩৮
“অনুভৱী খ্ৰীষ্টানসকলৰপৰা আমি কি শিকিব পাৰোঁ?”: (১৫ মি.) আলোচনা। প্ৰতিবন্ধক থকাৰ সত্ত্বেও একতা বজাই ৰাখক নামৰ ভিডিঅ’খন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ৩ ¶১৬-২১
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ১১৩ আৰু প্ৰাৰ্থনা