Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“এই সকলো আশীৰ্ব্বাদ তোমাৰ ওপৰত পৰিব”

“এই সকলো আশীৰ্ব্বাদ তোমাৰ ওপৰত পৰিব”

যিহোৱাৰ কথা শুনা লোকসকলে বহুতো আশীৰ্বাদ লাভ কৰে (দ্বিতী ২৮:১, ৩-৬; w১০–HI ১২/১৫ ১৯ ¶১৮)

যিহোৱাৰ আজ্ঞা পালন কৰা লোকসকলৰ ওপৰত তেওঁৰ আশীৰ্বাদ থাকিব (দ্বিতী ২৮:২; w০১ ৯/১ ১৮ ¶২)

আমি হৃদয়েৰে তেওঁৰ আজ্ঞা পালন কৰাটো তেওঁ বিচাৰে (দ্বিতী ২৮:৪৫-৪৭; w১০–HI ৯/১৫–HI ৮ ¶৪)

যিহোৱাৰ আজ্ঞা পালন কৰা লোকসকলে আজিও বহুতো আশীৰ্বাদ লাভ কৰিছে আৰু ভৱিষ্যতো লাভ কৰিব।