খ্ৰীষ্টান হিচাপে জীৱন-যাপন
সৃষ্টিয়ে যিহোৱাৰ প্ৰেম কেনেকৈ প্ৰকাশ কৰে
কেতিয়াবা কেতিয়াবা আমি ইমানেই ব্যস্ত হৈ পৰোঁ যে আমি সৃষ্টিৰ ওপৰত ধ্যান দিবলৈ পাহৰি যাওঁ। কিন্তু আমি যদি সৃষ্টিৰ ওপৰত ধ্যান দিওঁ, তেনহʼলে আমি জানিব পাৰোঁ যে যিহোৱা প্ৰেমী আৰু উদাৰশীল ঈশ্বৰ হয়। যীচুৱেও কৈছিল যে যদি আমি সৃষ্টিৰ ওপৰত ধ্যান দিওঁ, তেনেহʼলে আমি জানিব পাৰিম যে যিহোৱাই আমাক বহুত প্ৰেম কৰে।—মথি ৬:২৫, ২৬.
সৃষ্টিয়ে যিহোৱাৰ প্ৰেম প্ৰকাশ কৰে নামৰ ভিডিঅʼখন দেখুৱাওক আৰু তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
তলত উল্লেখ কৰা সৃষ্টিবোৰৰপৰা আপুনি যিহোৱাৰ প্ৰেমৰ বিষয়ে কি শিকিলে?
-
পৃথিৱীৰ উপাদান
-
বায়ুমণ্ডল
-
ঘাঁহ
-
জীৱ-জন্তুৰ সৃষ্টি
-
আমাৰ জ্ঞানেন্দ্ৰিয়বোৰ
-
আমাৰ মগজু