আগষ্ট ২৩-২৯
দ্বিতীয় বিবৰণ ২৯-৩০
গীত ৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱাৰ সেৱা কৰাটো কঠিন নহয়”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
দ্বিতী ২৯:৪—যিহোৱাৰ কথা নুশুনা ইস্ৰায়েলীসকলৰপৰা আমি কি শিকিব পাৰোঁ? (it–১–E ৬৬৫ ¶৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) দ্বিতী ২৯:১-১৮ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। jw.org যোগাযোগৰ কাৰ্ডখন দিয়ক। (শিক্ষা অধ্যায় ১)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে আৰু বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ৬)
বাইবেল অধ্যয়ন: (৫ মি.) ঈশ্বৰৰ প্ৰেম ২২৫-২২৬ ¶৩-৫ (শিক্ষা অধ্যায় ১৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“আমি সাহসী হʼব পাৰিম”: (১৫ মি.) আলোচনা। ভয়াতুৰজনাক নহয়, কিন্তু সাহসীজনাক অনুকৰণ কৰক! নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ২৩, ২৪
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৯৮ আৰু প্ৰাৰ্থনা