ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যিহোৱাৰ সেৱা কৰাটো কঠিন নহয়
আমি যিহোৱাৰ আজ্ঞা শিকিব পাৰোঁ আৰু পালন কৰিব পাৰোঁ (দ্বিতী ৩০:১১-১৪; w১০–HI ৭/১ ২৭ ¶২)
আমি যিহোৱাৰ সেৱা কৰিম নে নকৰিম, সেয়া যিহোৱাই আমাক নিৰ্ণয় লʼবলৈ দিছে (দ্বিতী ৩০:১৫; w১০–HI ৭/১ ২৭ ¶১)
আমি জীৱনৰ পথ বাছনি কৰাটো যিহোৱাই বিচাৰে (দ্বিতী ৩০:১৯; w১০–HI ৭/১ ২৭ ¶৪)
যদি আমি যিহোৱাৰ নিৰ্দেশনা পালন কৰোঁ আৰু তেওঁৰপৰা শক্তি লাভ কৰোঁ, তেনেহʼলে তেওঁৰ সেৱা কৰিবলৈ কঠিন নহʼব।