আগষ্ট ২-৮
দ্বিতীয় বিবৰণ ২২-২৩
গীত ১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“মোচিৰ নিয়মৰপৰা জানিব পাৰি যে যিহোৱাই জীৱ-জন্তুৰ প্ৰতি যত্ন লয়”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
দ্বিতী ২৩:১৯, ২০—এজন ইস্ৰায়েলীয়ে আনজন ইস্ৰায়েলীৰপৰা কিয় সুদ লʼব নোৱাৰিছিল, কিন্তু পৰজাতি বা বিদেশীৰপৰা সুদ লʼব পাৰিছিল? (it–১–E ৬০০)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) দ্বিতী ২৩:১-১৪ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
“প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক—হৃদয় স্পৰ্শ কৰক”: (৯ মি.) আলোচনা। শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—হৃদয় স্পৰ্শ কৰক নামৰ ভিডিঅʼখন দেখুৱাওক।
ভাষণ: (৫ মি.) g ৪/১৫–E ১৩—বিষয়: জীৱ-জন্তুৰ বধ কৰাটো ভুলনে? (শিক্ষা অধ্যায় ১৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ১৮, ১৯
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১৩৩ আৰু প্ৰাৰ্থনা