ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যিহোৱাই দুখীয়া লোকসকলক সহায় কৰিবলৈ নিয়ম দিলে
যিসকলৰ অধিকাৰত কোনো ভাগ নাছিল আৰু যিসকল দুখীয়া আছিল, তেওঁলোকক ইস্ৰায়েল ৰাষ্ট্ৰই সহায় কৰিছিল (দ্বিতী ১৪:২৮, ২৯; it–২–E ১১১০ ¶৩)
যিসকল ইস্ৰায়েলীয়ে ধাৰ লৈছিল, তেওঁলোকৰ ধাৰ বিশ্ৰাম-বছৰত ক্ষমা কৰা হৈছিল (দ্বিতী ১৫:১-৩; it–২–E ৮৩৩)
যিসকল ইস্ৰায়েলীয়ে নিজকে দাসত্বত বেচি দিছিল, তেওঁলোকক সপ্তম বছৰত মুকলি কৰা হৈছিল আৰু মুকলি কৰাৰ সময়ত মালিকে তেওঁলোকক উপহাৰো দিছিল (দ্বিতী ১৫:১২-১৪; it–২–E ৯৭৮ ¶৬)
নিজকে সোধক, ‘দুখীয়া ভাই-ভনীসকলক মই কি কি উপায়েৰে সহায় কৰিব পাৰোঁ?’