ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
সঠিক ন্যায় কৰাৰ সিদ্ধান্ত
পক্ষপাত নকৰিব (দ্বিতী ১৬:১৮, ১৯; it–১–E ৩৪৩ ¶৫)
প্ৰকৃততে কি হৈছিল, অনুসন্ধান কৰক (দ্বিতী ১৭:৪-৬; it–২–E ৫১১ ¶৭)
কোনো এটা বিষয় সমাধান কৰিবলৈ কঠিন হʼলে, আনৰপৰা সহায় লওক (দ্বিতী ১৭:৮, ৯; it–২–E ৬৮৫ ¶৬)
প্ৰাচীনসকলে মণ্ডলীত ন্যায় কৰাৰ সময়ত ওপৰত দিয়া সিদ্ধান্তবোৰ পালন কৰা উচিত।