জুলাই ২৬–আগষ্ট ১
দ্বিতীয় বিবৰণ ১৯-২১
গীত ১৪১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱাৰ দৃষ্টিত মানুহৰ জীৱন অতি মূল্যৱান” (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
দ্বিতী ২১:১৯—বিচাৰকৰ্তাসকলে নগৰৰ দুৱাৰ-মুখত কিয় বহিছিল? (it–১–E ৫১৮ ¶১)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) দ্বিতী ১৯:১-১৪ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১২)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ৬)
বাইবেল অধ্যয়ন: (৫ মি.) শিকায় ১৩৮ ¶৮ (শিক্ষা অধ্যায় ১৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“আপুনি সুৰক্ষাৰ পথত চলক”: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: আমি সকলো সময়তে সুৰক্ষাৰ প্ৰতি কিয় ধ্যান দিয়া উচিত? সুৰক্ষাৰ প্ৰতি ধ্যান দিবলৈ আমি কি কি কৰিব পাৰোঁ?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ১৭
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৩৪ আৰু প্ৰাৰ্থনা