ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যিহোৱাৰ দৃষ্টিত মানুহৰ জীৱন অতি মূল্যৱান
আশ্ৰয়-নগৰলৈ যোৱাটো সহজ আছিল (দ্বিতী ১৯:২, ৩; w১৭.১১–HI ১৪ ¶৪)
আশ্ৰয়-নগৰৰ বাবে এজন ইস্ৰায়েলীয়ে ৰক্তপাতৰ দোষী হোৱাৰ পৰা বাছি থাকিব পাৰিছিল (দ্বিতী ১৯:১০; w১৭.১১–HI ১৫ ¶৯)
ভাই-ভনীসকলক ঘৃণা কৰিলে ৰক্তপাতৰ দোষী হʼব পাৰে (দ্বিতী ১৯:১১-১৩; it–১–E ৩৪৪)
নিজকে সোধক, ‘জীৱনৰ প্ৰতি যিহোৱাৰ দৃষ্টিভংগী ৰাখিবলৈ মই কি কৰিব পাৰোঁ?’