Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আপুনি নিজৰ ভুলৰপৰা শিকেনে?

আপুনি নিজৰ ভুলৰপৰা শিকেনে?

[১ ৰাজাৱলি কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

অদোনিয়াই নিজে ৰজা হʼবলৈ চেষ্টা কৰিছিল, পাছলৈ চলোমনে তেওঁক ক্ষমা কৰিলে (১ৰাজা ১:৫, ৫২, ৫৩; it-২-E ৯৮৭ ¶৪)

অদোনিয়াই নিজৰ ভুলৰপৰা নিশিকিলে, সেইবাবে ইয়াৰ বেয়া পৰিণাম ভুগিবলগীয়া হʼল (১ৰাজা ২:১৫-১৭, ২২, ২৩; w০৫ ৭/১ ২৯ ¶১)

এজন বুদ্ধিমান ব্যক্তিয়ে কেৱল নিজৰ ভুলৰপৰাই নহয়, আনৰ ভুলৰপৰাও শিকে।—১কৰি ১০:১১.