Skip to content

Skip to table of contents

নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক

নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক—সংগঠনৰ নিৰ্মাণ কামত ভাগ লওক

নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক—সংগঠনৰ নিৰ্মাণ কামত ভাগ লওক

ৰাজ্যগৃহ, সন্মিলন ভৱন আৰু শাখা কাৰ্য্যালয় নিৰ্মাণ কৰাও এক প্ৰকাৰৰ পবিত্ৰ সেৱা। (যাত্ৰা ৩৬:১) আপুনি স্থানীয় নিৰ্মাণ আৰু পৰিকল্পনা কামৰ বাবে আবেদন (DC-50) কৰিব পাৰেনে? এইদৰে কৰিলে আপুনি মাজে সময়ে নিজৰ এলেকাত হোৱা নিৰ্মাণ কামত সহায় আগবঢ়াব পাৰে। ইয়াৰ উপৰিও আপুনি স্বেচ্ছাসেৱক পৰিকল্পনাৰ আবেদন (A-19) পূৰ কৰিব পাৰেনে? এইদৰে কৰিলে আপুনি দূৰ-দূৰণি ঠাইত কিছু সপ্তাহ বা মাহৰ বাবে নিৰ্মাণ কাম কৰিব পাৰে। নিৰ্মাণ কামত সহায় কৰিবলৈ আপুনি এই কামৰ বিষয়ে সকলো জনাটো আৱশ্যকীয় নহয়।—নহি ২:১, ৪, ৫.

বিশ্বাস দৃঢ় কৰাৰ লগতে নিজৰ সেৱা বঢ়াওক—সংগঠনৰ নিৰ্মাণ কামত ভাগ লওক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • কিহৰ বাবে চাৰা চিন্তিত আছিল? চাৰাৰ চিন্তা কেনেকৈ দূৰ হʼল?