Skip to content

Skip to table of contents

নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক

নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক—ৰাজ্য প্ৰচাৰকৰ স্কুলৰ বাবে আবেদন কৰক

নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক—ৰাজ্য প্ৰচাৰকৰ স্কুলৰ বাবে আবেদন কৰক

কিছুমান লোকে হয়তো ভাবিব পাৰে যে ৰাজ্য প্ৰচাৰকৰ স্কুলত (এচ. কে. ই.) কেৱল সেই লোকসকলেহে যাব পাৰে, যিসকলৰ জীৱনত সকলো ভালদৰে চলি আছে। কিন্তু এনে নহয়, ইয়াত উপস্থিত হʼবলৈ দুটা যোগ্যতাৰ প্ৰয়োজন। প্ৰথম, যিহোৱাৰ লগত আমাৰ দৃঢ় সম্পৰ্ক থকা আৰু দ্বিতীয়তে, সংগঠনে দিয়া যিকোনো কাম কৰিবলৈ সাজু থকা।—যিচ ৬:৮.

বিশ্বাস দৃঢ় কৰাৰ লগতে নিজৰ সেৱা বঢ়াওক—ৰাজ্য প্ৰচাৰকৰ স্কুললৈ যাওক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • গেব্ৰিয়েলে ৰাজ্য প্ৰচাৰকৰ স্কুলৰ বাবে আবেদন কৰিবলৈ কিয় সংকোচ কৰিছিল? তাৰ পাছত ফিলিপীয়া ৪:১৩ পদৰ ওপৰত ধ্যান কৰাৰ যোগেদি তেওঁ কেনেকৈ লাভৱান হʼল?