আগষ্ট ২২-২৮
১ ৰাজাৱলি ৭
গীত ৭ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“দুটা স্তম্ভৰপৰা আমি কি শিকিব পাৰোঁ?”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
১ৰাজা ৭:২৩—‘সাঁচত ঢলা এটা ঘূৰণীয়া সমুদ্ৰ-পাত্ৰ’ কিয় বনোৱা হৈছিল আৰু ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? (it-১-E ২৬৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ১ৰাজা ৭:১-১২ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৬)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি আপোনাৰ কথা-বতৰা আগবঢ়াই নি থাকক। (শিক্ষা অধ্যায় ৩)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ০৬, ভাগ ৬ আৰু “কিছুমান লোকে কয়” (শিক্ষা অধ্যায় ৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)
“বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ চেপ্টেম্বৰ মাহৰ বিশেষ অভিযান”: (১০ মি.) প্ৰচাৰ সমূহৰ অধ্যক্ষৰ দ্বাৰা আলোচনা। আপোনাৰ মণ্ডলীত অভিযানৰ বাবে কি কি কৰা হʼব, তাৰ বিষয়ে কওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী ভাগ ৬, কাহিনী ৮৪
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৪৬ আৰু প্ৰাৰ্থনা