জুলাই ১১-১৭
২ চমূৱেল ২০-২১
গীত ৬২ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱা এজন ন্যায়ী ঈশ্বৰ”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২চমূ ২১:১৫-১৭—এই পদবোৰত কোৱা ঘটনাৰপৰা আমি কি শিকিব পাৰোঁ? (w১৩-HI ১/১৫ ৩১ ¶১৪)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২চমূ ২০:১-১৩ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পুনৰ সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। পুনৰ সাক্ষাৎ: আনক দান—লূক ৬:৩৮ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ দেখুৱাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।
পুনৰ সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি আপোনাৰ কথা-বতৰা আগবঢ়াই নি থাকক। (শিক্ষা অধ্যায় ৪)
পুনৰ সাক্ষাৎ: (৫ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি আপোনাৰ কথা-বতৰা আগবঢ়াই নি থাকক। (শিক্ষা অধ্যায় ১১)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক—প্ৰচাৰকৰ বেছি প্ৰয়োজন হোৱা ঠাইলৈ যাওক”: (১০ মি.) আলোচনা। বিশ্বাস দৃঢ় কৰাৰ লগতে নিজৰ সেৱা বঢ়াওক—প্ৰচাৰকৰ বেছি প্ৰয়োজন হোৱা ঠাইলৈ যাওক নামৰ ভিডিঅʼখন দেখুৱাওক।
“আলোচনাৰ বাবে আৰ্হি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি”: (৫ মি.) জীৱন আৰু পৰিচৰ্য্যা সভাৰ অধ্যক্ষৰ দ্বাৰা ভাষণ।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৭৮
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১০ আৰু প্ৰাৰ্থনা