Skip to content

Skip to table of contents

জুলাই ১৮-২৪

২ চমূৱেল ২২

জুলাই ১৮-২৪
  • গীত ৪ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • যিহোৱাৰপৰা সহায় লাভ কৰক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ২চমূ ২২:৩৬—যেতিয়া দায়ূদে কৈছিল যে যিহোৱাৰ মৃদুতা অৰ্থাৎ নম্ৰতাই তেওঁক মহান কৰিলে, তেতিয়া ইয়াৰ অৰ্থ কি আছিল? (w১২-HI ১১/১৫ ১৭ ¶৭)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ২চমূ ২২:৩৩-৫১ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১২

  • যিহোৱাৰ পৰিত্ৰাণৰ কাৰ্য্যত আনন্দ কৰা—নাগলিনগাম গানেচালিনগাম: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: শ্ৰীলংকাত যুদ্ধৰ সময়ছোৱাত যিহোৱাই ভাই গানেচালিনগামৰ পৰিয়ালৰ কেনেকৈ যত্ন লʼলে? এই অনুভৱৰ দ্বাৰা আপোনাৰ বিশ্বাস কেনেকৈ বাঢ়ে?

  • মণ্ডলীৰ প্ৰয়োজনীয়তা: (১০ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৭৯

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১০৫ আৰু প্ৰাৰ্থনা