ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যিহোৱাৰপৰা সহায় লাভ কৰক
যিহোৱাই আমাৰ মিনতি শুনে (২চমূ ২২:৭)
আমাৰ শত্ৰুবোৰতকৈ যিহোৱা বৰ শক্তিশালী (২চমূ ২২:১৪-১৮; cl-HI ১৯ ¶১১)
যিহোৱা নিষ্ঠাৱান হয়, তেওঁ আমাক কেতিয়াও এৰি নিদিয়ে আৰু তেওঁ আমাক সদায় সহায় কৰে (২চমূ ২২:২৬; w১৩-HI ৬/১৫ ১৭-১৮ ¶৪-৫)
যিহোৱাই আমাৰ সকলো সমস্যা দূৰ কৰিব পাৰে। কিন্তু তেওঁ বহুবাৰ এইদৰে নকৰে, ইয়াৰ পৰিৱৰ্তে এই সমস্যাৰ সন্মুখীন হʼবলৈ তেওঁ আমাক সহায় কৰে। তেওঁ আমাক নিজৰ পবিত্ৰ আত্মা, বাইবেল আৰু ভাই-ভনীসকলৰ যোগেদি সহায় কৰে। (গীত ৫৫:২২) ঈশ্বৰৰপৰা সহায় লাভ কৰিবলৈ আমি কি কৰিব লাগিব?