জুলাই ২৫-৩১
২ চমূৱেল ২৩-২৪
গীত ৭৬ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“আপুনি যিহোৱাক যি দিয়ে, সেয়া সঁচাকৈ বলিদান হয়নে?”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২চমূ ২৩:১৫-১৭—দায়ূদে পানী খাবলৈ কিয় মানা কৰিলে? (w০৫ ৬/১ ১১ ¶৬)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২চমূ ২৩:১-১২ (শিক্ষা অধ্যায় ১১)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৯)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি আপোনাৰ কথা-বতৰা আগবঢ়াই নি থাকক। (শিক্ষা অধ্যায় ৩)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ০৫, আমি কি শিকিলোঁ, আপুনি কেনেকৈ উত্তৰ দিব আৰু লক্ষ্য (শিক্ষা অধ্যায় ১৯)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
স্ব-ইচ্ছাৰে বলিদান আগবঢ়াওক (গীত ৫৪:৬): (৯ মি.) ভিডিঅʼখন দেখুৱাওক।
যিহোৱাৰ বন্ধু হোৱা—নিজতকৈ আনৰ বিষয়ে বেছি চিন্তা কৰা: (৬ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত সম্ভৱ হʼলে কেইজনমান লʼৰা-ছোৱালীক বাছনি কৰি সিহঁতক সোধক: ৰিংকি আৰু ৰিংকুক কি কৰিবলৈ মন গৈছিল, কিন্তু তেওঁলোকে কি কৰিলে? ৰিংকুৱে যীচুৰপৰা কি শিকিলে? যিহোৱাক আনন্দিত কৰিবলৈ বা আনক সহায় কৰিবলৈ তুমি ভালপোৱা কিবা কাম এৰিছানে?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৮০
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৬৩ আৰু প্ৰাৰ্থনা