জুলাই ৪-১০
২ চমূৱেল ১৮-১৯
গীত ১৩৮ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“বৰ্জিল্লৰ নিচিনা মৰ্য্যাদাত থাকক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২চমূ ১৯:২৪-৩০—মফীবোচতৰ উদাহৰণৰপৰা আমি কেনেকৈ সাহস লাভ কৰিব পাৰোঁ? (w২০.০৪ ৩০ ¶১৯)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২চমূ ১৯:৩১-৪৩ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ: দান কৰা ধন্য—পাঁচ ২০:৩৫ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। * সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১)
ভাষণ: (৫ মি.) w২১.০৮ ২৩-২৫ ¶১৫-১৯—বিষয়: যদি আপুনি বেছিকৈ সেৱা কৰিব পৰা নাই, তেন্তে কি কি লক্ষ্য ৰাখিব পাৰে? (শিক্ষা অধ্যায় ২০)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক—অগ্ৰগামী সেৱা”: (১৫ মি.) আলোচনা। সাহসী হওক . . . অগ্ৰগামী সেৱক হিচাপে নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী ভাগ ৫, কাহিনী ৭৭
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১১৯ আৰু প্ৰাৰ্থনা
^ ১৬ পৃষ্ঠাত দিয়া লেখটো পঢ়ক।