Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

বৰ্জিল্লৰ নিচিনা মৰ্য্যাদাত থাকক

বৰ্জিল্লৰ নিচিনা মৰ্য্যাদাত থাকক

বৰ্জিল্লয়ে দায়ূদৰ ৰাজমহলত কাম কৰিবলৈ সুযোগ পাইছিল (২চমূ ১৯:৩২, ৩৩; w১৮.০৯-HI ৯ ¶৭)

বৰ্জিল্লয়ে জানিছিল যে তেওঁ এই কাম কৰিব নোৱাৰে, সেইবাবে তেওঁ মানা কৰিলে (২চমূ ১৯:৩৪, ৩৫; w২১.৯ ১০ ¶৭)

বৰ্জিল্লৰ দৰে মৰ্য্যাদাত থাকক (w০৭-E ৭/১৫ ১৫ ¶১-২)

যিজন ব্যক্তিয়ে মৰ্য্যাদাত থাকে, তেওঁ জানে যে তেওঁ কি কৰিব পাৰিব আৰু কি নোৱাৰিব। আমি মৰ্য্যাদাত থাকিলে যিহোৱাই আমাৰপৰা আনন্দিত হʼব। (মীখা ৬:৮) মৰ্য্যাদাত থাকিলে আমাৰ কেনেকৈ লাভ হʼব?